দুদিনীয়া ভ্ৰমণসূচীৰে বৰঝাৰত উপস্থিত ৰাষ্ট্ৰপতি

দুদিনীয়া ভ্ৰমণসূচীৰে বৰঝাৰত উপস্থিত ৰাষ্ট্ৰপতি

দুদিনীয়া ভ্ৰমণ সূচীৰে গুৱাহাটীৰ বাৰঝাৰ বিমানবন্দৰত উপস্থিত দেশৰ ৰাষ্ট্ৰপ্ৰতি ৰামনাথ কোবিন্দ ।

বায়ু সেনাৰ এখন বিমানযোগে অহা ৰাষ্ট্ৰপ্ৰতিগৰাকীক আদৰণি জনায় ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

উল্লেখ্য যে বাৰঝাৰত উপস্থিত হৈয়েই ৰাষ্ট্ৰপ্ৰতিগৰাকী পোনে পোনে ৰাওনা হৈছে ৰাজভৱন অভিমুখে ।

আজি ৰাতিটো ৰাজভৱনতে কটাব ৰাষ্ট্ৰপ্ৰতিগৰাকীয়ে ৷
 

Your Comments