বিশ্ব মহিলা বক্সিঙত চেম্পিয়নশ্বীপত ষষ্ঠবাৰৰ বাবে স্বৰ্ণপদক ভাৰতৰ মেৰি কমৰ

ৌ

দিল্লীত হৈ থকা বিশ্ব মহিলা বক্সিঙত মণিপুৰৰ বক্সাৰ তথা ৫বাৰকৈ বিশ্ব চেম্পিয়ন মেৰি কমে আজি ইউক্ৰেইনৰ হন্নাৰ আখতাক হৰোৱাই ষষ্ঠবাৰলৈ স্বৰ্ণপদক অৰ্জন কৰে ৷ ৪৮ কিলিগ্ৰাম শাখাত ইউক্ৰেইনৰ আখতাক পোনপতীয়া ৰাউণ্ডত ৫-০ হৰোৱাই এই সফলতা অৰ্জন কৰে ।

Your Comments