বাক্সাৰ বগামাটিত বনভোজ যাত্ৰীৰ গাড়ীত অগ্নিকাণ্ড

s

ৰৌতাৰ পৰা এটা ছাত্ৰ-ছাত্ৰী দল বনভোজ খাবলৈ বাক্সাৰ বগামাটিলৈ গৈ থকা অৱস্থাত অগ্নিকাণ্ডত পতিত হয় বাছখনৰ । বাছখনত থকা ভালে সংখ্যক ছাত্ৰ-ছাত্ৰী এই অগ্নিকাণ্ড ফলত আহত হয় । ইয়াৰ উপৰিও ৮গৰাকী ছাত্ৰ-ছাত্ৰী শৰীৰত অগ্নিদগ্ধ হয় । যান্ত্ৰিক বিজুটিৰ বাবে বাছখন গৈ থকা অৱস্থাতে জ্বলি যোৱা বুলি জানিব পৰা গৈছে । আৰক্ষীৰ ঘটনা স্থলিত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

Your Comments