লাচিত বঁটা প্ৰদীপ ভূঞালৈ 

s

টাই-আহোম যুৱ পৰিষদে এইবর্ষৰ লাচিত বঁটা আগবঢ়াইছে অসমীয়া জাতীয় জীৱনৰ অস্তিত্ব দলিল হিচাপে চিহ্নিত হোৱা এন আৰ চি হকে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত যুঁজ দি এন আৰ চিৰ কাম আৰম্ভ কৰাত আগভাগ লোৱা সন্মানীয় ব্যক্তি প্ৰদীপ ভূঞাক এই বঁটাৰে সন্মানিত কৰিব৷
বঁটা প্ৰদানৰ অনুষ্ঠানত উপস্থিত থাকিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰমুক্ষে বহু গণ্যমান্য ব্যক্তিসকল । মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে শনিবাৰে এই বঁটা প্ৰদান কৰিব গুৱাহাটীস্থিত শংকৰদেৱ কলা ক্ষেত্ৰত ।

Your Comments