ডিমৌৰ বিস্ফোৰণ : নিহতৰ আত্মীয়লৈ ৫ লাখকৈ সাহায্য ঘোষণা চৰকাৰৰ

ডিমৌৰ বিস্ফোৰণ : নিহতৰ আত্মীয়লৈ ৫ লাখকৈ সাহায্য ঘোষণা চৰকাৰৰ

বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত হোৱা ভয়ংকৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনাত প্ৰাণ হেৰুওৱা নিহতৰ আত্মীয়লৈ চৰকাৰৰ সাহায্য ঘোষণা ।

নিহত পৰিয়ালক ৫ লাখকৈ প্ৰদান কৰিব আৰ্থিক সাহায্য । এই ঘোষণা শক্তি মন্ত্ৰী তপন গগৈৰ ।

ইফালে বিস্ফোৰণটো আইইডি বুলি নিশ্চিত কৰিছে জিলা প্ৰশাসনে । এই কথা জানিবলৈ দিছে শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ কুমাৰ ঝাই ।

Your Comments