পল্লৱী গগৈ বৰগোঁহাইৰ গল্প সংকলন 'শোকাৰ্ত হৃদয়ৰ বিভিন্ন কোৰাছ' উন্মোচন

পল্লৱী১গগৈ১বৰগোঁহাইৰ১গল্প১সংকলন১উন্মোচন

আজি গুৱাহাটী প্ৰেছ ক্লাবত গল্পকাৰ পল্লৱী গগৈ বৰগোঁহাইৰ এখন গল্পৰ কিতাপ উন্মোচন কৰা হয় ।

"শোকাৰ্ত হৃদয়ৰ বিভিন্ন কোৰাছ" নামৰ গল্পৰ সংকলনখন উন্মোচন কৰে অধ্যাপক ভৱানী প্ৰসাদ অধিকাৰীয়ে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰবক্তা অনুৰাধা শৰ্মা, গল্পকাৰ বিতোপন বৰবৰা, সাংবাদিক যুগললোচন দাস, লেখিকা ইলা চক্ৰৱৰ্তী প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি ।

মুঠ ১২টা গল্প সন্নিবিষ্ট আছে গল্প সংকলনখনত ।
 

Your Comments