ঘগ্ৰাপাৰৰ নাহেৰবাৰীত ক'ভিড ভেকচিন কেন্দ্ৰ মুকলি

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৭ জুলাই‌ঃ

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১৮ নং বালিতাৰা পঞ্চায়তৰ নাহেৰবাৰী প্ৰাথমিক বিদ্যালয়ত, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাৰ অনুপ্ৰেৰণাত প্ৰাণ পাই উঠা  #RAISED নামৰ স্বেচ্ছাস্বেৱী সংগঠনটোৰ উদ্যোগত অনুষ্ঠিত হোৱা কভিড ভেকচিন প্ৰদান কৰা কেন্দ্ৰটো আজি শুভ উদ্বোধন কৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই।

Pic

বিজেপি নেতা বেজবৰুৱাই ভাষণত কয় যে এই কেন্দ্ৰটোৰ দ্বাৰা বৃহত্তৰ অঞ্চলটোৰ ৰাইজ উপকৃত হ'ব।

Your Comments