ক'ৰ'নাৰ প্ৰকোপ:স্থগিত কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা

Pic

ক'ৰ'নাৰ ব্যাপক সংক্ৰমণৰ বাবে স্থগিত হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা।১১ মে'ৰ পৰা অনুষ্ঠিত নহয় মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষা।এক জাননীৰ জড়িয়তে ঘোষণা 'ছেবা'ৰ সচিব সুৰঞ্জনা সেনাপতিয়ে।

Pic

উল্লেখ যে ক'ৰ'না পৰিস্থিতি উন্নত হ'লে  নতুনকৈ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হ'ব বুলি জাননীখনত স্পষ্টভাৱে প্ৰকাশ কৰিছে কৰ্তৃপক্ষই।

গুৰুত্বপূৰ্ণ যে ৰাজ্যত সোমবাৰে ৪৪৮৯গৰাকী ব্যক্তি দেহত নতুনকৈ ধৰা পৰিছে  ক'ৰ'না।কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১৬৪৫ গৰাকী লোক এটা দিনত আক্রান্ত হৈছে ক'ৰ'নাত।

Your Comments