নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত পীয়ূষ হাজৰিকা

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত পীয়ূষ হাজৰিকা

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্বাস্থ্য মন্ত্ৰী পিযূষ হাজৰিকাৰ ছাডেন ভিজিট । 

হঠাতে চিকিৎসালয়খনত উপস্থিত হৈ চিকিৎসক, কৰ্মচাৰীৰ কামৰ খতিয়ান ল'লে মন্ত্ৰীগৰাকীয়ে ৷

 চিকিৎসালয়খনৰ অধীক্ষক জে আহমেদক মন্ত্ৰীৰ ধমক । 

অধীক্ষকে দিব নোৱৰিলে দৈনিক চিকিৎসক-কৰ্মচাৰীৰ উপস্থিতিৰ পঞ্জীয়নৰ তালিকা । 

কৰ্তব্যত অবহেলা কৰা চিকিৎসকক ফোনযোগে সকীয়নি মন্ত্ৰী হাজৰিকাৰ । 

চিকিৎসালয়ৰ অধীক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অধীক্ষকৰ দৰমহা বন্ধ কৰাৰ নিৰ্দেশ যুটীয়া সঞ্চালকক ।

Your Comments