গহপুৰৰ গোপালজাৰনিত শাৰৈ নদীৰ ব্যাপক খহনীয়া

গহপুৰৰ গোপালজাৰনিত শাৰৈ নদীৰ ব্যাপক খহনীয়া

গহপুৰ মহকুমাৰ বাকৰি দলনি গাঁও পঞ্চায়তৰ অন্তৰ্গত গোপালজাৰনিত শাৰৈ নদীৰ প্ৰবল খহনীয়াই চিন্তিত কৰি তুলিছে গোপালজাৰনি, ঠুটে চাপৰি, লক্ষী চাপৰি আদি অঞ্চলৰ ৰাইজক ।

এই খহনীয়াৰ ফলত অঞ্চলটোৰ বহু হেক্টৰ কৃষিভূমি নদীত জাহ গৈছে । 

চৰকাৰ তথা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ স্থায়ী সমাধান কৰিবলৈ দাবী জনাইছে নৈপৰীয়া ৰাইজে ।

Your Comments