জাগীৰোডত ড্ৰাগছসহ দুজনক আটক 

Jagiroad

জাগীৰোডৰ পৰা দীপক কলিতা:

জাগীৰোড আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন লোক দুজন মায়ঙৰ ঠেং ভঙাৰ প্ৰিয় কুমাৰ দাস আৰু জাগীৰোডৰ উত্তম দেৱনাথক ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান দুয়োজন আটকাধীন লোকক জেল হাজোতলৈ প্ৰেৰণ কৰে বুলি জাগীৰোড আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

 

Your Comments