বিশ্বনাথত বন্যহস্তীৰ কৰুণ মৃত্যু

বিশ্বনাথত বন্যহস্তীৰ কৰুণ মৃত্যু

বিশ্বনাথৰ বৰগাং নদীৰ কাষৰ কাঠনিবাৰীৰ সমীপৰ মাজগাঁও চাপৰিত বন্যহস্তীৰ মৃত্যু ৷

খেতিপথাৰত অবৈধভাৱে লগোৱা বৈদ্যুতিক তাঁৰত লাগি হাতীটোৰ মৃত্যু হয় ৷

ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক ।

Your Comments