কাবুলত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৮ জন

Kabul

২১ নৱেম্বৰৰ পুৱা ৯ মান বজাত কাবুলৰ ছহল চুতুন আৰু আৰজান কিমত নামৰ অঞ্চল দুটাত দুটা বিস্ফোৰণৰ পিছতে সন্ত্ৰাসবাদীয়ে ২৩ বাৰ ৰকেটেৰে ধাৰাবাহিক আক্ৰমণ কৰে বুলি কাবুলৰ আভ্যন্তৰীণ মন্ত্ৰালয়ে জানিবলৈ দিয়ে।এই আক্ৰমণত ৮ জন লোক নিহত হোৱাৰ লগতে ৩১ জন লোক আহত হয় ৷ 

কাবুলৰ চৰকাৰৰ দাবী যে এই বিস্ফোৰণৰ লগত তালিবাণী সন্ত্ৰাসবাদী জড়িত আছে ৷

Your Comments