লংকাৰ পশ্চিম ডাবলঙত চোৰাং চেগুণ কাঠ জব্দ

লংকাৰ পশ্চিম ডাবলঙত চোৰাং চেগুণ কাঠ জব্দ

লংকাৰ পশ্চিম ডাবলঙত লংকা বন বিভাগে চলোৱা এক অভিযানত আব্দুল জলিল নামৰ এজনৰ বাসগৃহৰ পৰা বহু পৰিমাণৰ অবৈধভাৱে মজুত কৰি ৰখা চেগুণ কাঠ জব্দ হয় |

কেইজনমান ব্যক্তিয়ে যোগান ধৰা তথ্যৰ ভিত্তিত বন বিভাগে এই অভিযান চলায় |

অৱশ্যে সোমবাৰে নিশাই লংকা বন বিভাগক অবৈধ চেগুণ সম্পৰ্কত তথ্য যোগান ধৰা হৈছিল যদিও আজি পুৱাহে বন বিভাগে অভিযান চলোৱাত বহু পৰিমাণৰ চেগুণ কাঠ লুকুৱাই থোৱা বুলি অভিযোগ উঠিছে |

চেগুণ কাঠ মজুত কৰি ৰখা আব্দুল জলিল বাসগৃহৰ পৰা পলাতক অৱস্থাত আছে |
 

Your Comments