লংকাত ঘৰত অগ্নিসংযাগ দুৰ্বৃত্তৰ

লংকাত ঘৰত অগ্নিসংযাগ দুৰ্বৃত্তৰ

হোজাই জিলাৰ লংকাৰ বামুণগাঁৱত সোমবাৰে নিশা এঘৰত কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ।

অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাসগৃহটো । ভস্মীভূত বাসগৃহটোৰ স্বত্ত্বাধিকাৰীগৰাকী গুৱাহাটীৰ গীতা হাজৰিকা |

গীতা হাজৰিকাই কেইবছৰমানৰ আগতেহে নতুনকৈ ক্ৰয় কৰিছিল এই ঘৰ-মাটি | 

অগ্নিকাণ্ডত ঘৰখনৰ আচবাবকে ধৰি প্ৰায় কেইবালাখ টকাৰ সম্পত্তি হানি হয় |

আনহাতে, দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ পূৰ্বে ঘৰৰ বিদ্যুৎ কৰ্তন কৰাৰ লগতে গেছ চিলিণ্ডাৰ বাহিৰত থৈ যায় |

Your Comments