ৰাজ্যৰ নতুন মুখ্য সচিব জিষ্ণু বৰুৱা

Jishnu Baruah

ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হ'ব জিষ্ণু বৰুৱা।৩১ অক্টোবৰ অৰ্থাৎ শনিবাৰে বর্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই অৱসৰ গ্ৰহণ কৰিব।তাৰ পিছতে ৰাজ্য প্ৰশাসনৰ গুৰু দায়িত্ব গ্ৰহণ কৰিব বৰুৱাই।

উল্লেখ যে বৰুৱা ১৯৮৮ বেটছৰ অসম- মেঘালয় কেডাৰৰ।বৰ্তমান ৰাজ্যৰ গৃহ, ৰাজনীতি,ৰাজহ আদি বহুকেইটা বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে দায়িত্ব পালন কৰি আছে।

গুৰুত্বপূৰ্ণ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ বৰুৱা।

Your Comments