অসমৰ প্ৰথম গৰাকী মহিলা উইং কামাণ্ডাৰ বৰ্ণালী গগৈ

Women Wing Commander

লখিমপুৰৰ কন্যা বৰ্ণালী গগৈ হ’ল অসমৰ প্ৰথমগৰাকী ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডাৰ পদত অধিষ্ঠিত মহিলা ৷

IAF

১৯৯৬ চনৰ ২৭ মে’ত পাইলট অফিচাৰ হিচাপে যোগদান কৰা বৰ্ণালী ১৯৮৫ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠদশ স্থান দখলেৰে কটন মহাবিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা সমাপ্ত কৰি প্ৰথমে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সোণৰ পদকেৰে স্নাতক আৰু তাৰপিছত বিৰলা ইনষ্টিটিউটৰপৰা ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷

লখিমপুৰৰ প্ৰয়াত প্ৰেমধৰ গগৈ আৰু অঞ্জলী গগৈৰ কন্যা বৰ্ণালী গগৈ ৷

Your Comments