অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতীয় দল ঘোষণা:আঘাতৰ বাবে ৰোহিত শৰ্মা বাহিৰ

Indian Cricket Team

ভাৰতীয় ক্ৰিকেট দলৰ আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণলৈ টেষ্ট,এদিনীয়া আৰু টী-২০ দল ঘোষণা কৰা হৈছে।অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় দলে চাৰিখন টেষ্ট,তিনিখন এদিনীয়া আৰু তিনিখন টী-২০ খেলিব।মাংসপেশীৰ আঘাতৰ বাবে ৰোহিত শৰ্মাক এদিনীয়া আৰু টী-২০ দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই।এদিনীয়া আৰু টী-২০ দলৰ উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে কে এল ৰাহুলক।

Your Comments