কেৰেলাৰ অস্থায়ী শিক্ষয়িত্ৰী মিনি কৰ্মানৰ আদৰ্শনীয় কৰ্মস্পৃহা

Mini Karman

যিসময়ত একাংশ উচ্চ পৰিমাণৰ বেতনপ্ৰাপ্ত চৰকাৰী বিষয়ায়ো কামত ফাঁকি দিয়ে, ভ্ৰষ্টাচাৰৰ লজত জড়িত হয় টকাৰ কাৰণে;সেই সময়তে কেৰেলাৰ এই গৰাকী শিক্ষয়িত্ৰীয়ে দৈনিক ১৭ কিলোমিটাৰ হাবি,নদী,পাহাৰৰ পথ অতিক্ৰম কৰি জনজাতীয় লোক অধ্যুষিত অঞ্চল এটাৰ তেওঁ ২০১৫ চনৰপৰাই অস্থায়ীভাৱে চাকৰি কৰি থকা বিদ্যালয়লৈ গৈ পাঠ দান কৰে ৷

Mini Karman

আগামবাদামৰ পৰা অম্বুমালালৈ যাতায়াতৰ অন্য ব্যৱস্থা নথকাৰ বাবে এনেদৰে অহা-যোৱা কৰোতে বিদ্যালয়লৈ যোৱাৰ পথত বহুবাৰ বনৰীয়া জীৱ-জন্তুৰো সন্মুখীন হৈছে শিক্ষয়িত্ৰীগৰাকী ৷ ৰ’দ-বৰষুণলৈও ভ্ৰূক্ষেপ নকৰি তেওঁৰ লক্ষ্য মাথোঁঁ শিক্ষাদান ৷ 

Mini Karman

মিনি কৰ্মানৰ কোনো আক্ষেপ,অভিযোগ নাই তেওঁৰ অস্থায়ী চাকৰি বা ইমান দূৰ কষ্টকৰ পথ খোজ কাঢ়ি অতিক্ৰম কৰাক লৈ ৷

Your Comments