পেঞ্চনৰ নামত জমা হোৱা বহুকোটি টকা গৈছে ক’ত?

NPS

ৰাজ্যৰ নতুন পেঞ্চন আঁচনিৰ ফোপোলা স্বৰূপ উদঙাই দিব লগা হৈছে কেন্দ্ৰীয় চৰকাৰেই ৷

২০০৪ চনৰ পৰা নতুন ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ নামত কোষাগাৰে কাটি থকা এতিয়ালৈকে জমা হ’ব লগা মুঠ ২৭,৭৫৭.২৫ কোটি টকা জমা হোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ৰ অধীনষ্ঠ পেঞ্চন ৰেগুলেটৰী আৰু  ডেভেলপমেণ্ট অথ'ৰিটীৰ ডেজিগনেটেড ট্ৰাষ্টী বেংকত ৷ 

NPS

সেই ধনৰাশি জমা কৰিবলৈ নাই কোনো পাৰমানেন্ট ৰিটায়াৰমেন্ট একাউণ্ট নম্বৰ ৷ তেন্তে ইমান মোটা অংকৰ ধন গৈছে কেনি? সোনকালেই ইয়াৰ উত্তৰ দিব লাগিব ৰাজ্য চৰকাৰে ৷

Your Comments