আইএছএলত খেলিব অসম সন্তান নবীন ৰাভাই

Nabin Rabha,Footboler

ইণ্ডিয়ান চুপাৰ লীগলৈ আৰু এজন অসমীয়া।নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ সৈতে তিনিবছৰৰ বাবে চুক্তিবদ্ধ হৈছে অসম সন্তান নবীন ৰাভা।বকো বন্দাপাৰৰ খাতাজুলি গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান নবীন।সৰুৰে পৰা ফুটবলৰ প্ৰতি নবীনৰ আছিল দুৰ্বলতা।নবীনৰ এই সাফল্যত উৎফুল্লিত পৰিয়ালৰ লগতে সমগ্ৰ গাঁওবাসী।

উল্লেখ্য যে ইয়াৰ পূৰ্বে দুৰ্গা বড়ো,এলেন দেউৰী,হলিচৰণ নাৰ্জাৰীৰ দৰে অসম সন্তানে নৰ্থ ইষ্ট ইউনাইটেড এফচি দলত খেলিছিল।

Your Comments