ভাৰতত ১ লাখতকৈ অধিক হ'ল ক'ৰ'না আক্ৰান্তৰ সংখ্যা

Pic

ভাৰতত ১ লাখতকৈ অধিক হ'ল ক'ৰ'না আক্ৰান্তৰ সংখ্যা।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যমতে,মঙলবাৰে পুৱালৈকে ভাৰতত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১ লাখ ১ হাজাৰ ১৩৯ গৰাকী।আনহাতে,ভাৰতত কোভিড-১৯ ত মৃত্যু হৈছে ৩ হাজাৰতকৈ অধিক লোকৰ।উল্লেখ্য যে বিশ্বজুৰি ভাৰতৰ উপৰি আন দহখন দেশত ক'ৰ'নাৰ ১ লাখতকৈ অধিক আক্ৰান্ত লোক আছে।

Your Comments