সোণাৰিত পথ দুৰ্ঘটনা

সোণাৰিত পথ দুৰ্ঘটনা

সোণাৰিৰ বেঙেনাবাৰীত ভয়াবহ পথ দূৰ্ঘটনা। বাইক আৰোহীৰ মুখামুখী সংঘৰ্ষ। এজনৰ অৱস্থা সংকটজনক। আহত লোকজনক চৰাইদেউ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

sonari_bike_accident

সংকটজনক অৱস্থাৰ লোকজন লুখুৰাখনৰ টংকেশ্বৰ গগৈ বুলি চিনাক্ত কৰা হৈছে। আন জনক চিনাক্ত কৰিব পৰা নাই । বাজাজ চি টি -এ এছ০৪- টি-৪০৪৩ আৰু গ্লেমাৰ -এ এছ০৪-০২২৩০ মাজত সংঘৰ্ষ হৈছিল। 

Your Comments