ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে চীনত নিতৌ লৈছে মানুহৰ প্ৰাণ:দেওবাৰলৈ মৃত্যু ১,৬৬৫ জনৰ

Pic

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা নিৰন্তৰে বৃদ্ধি পাই আছে।দেওবাৰলৈ চীনত ১,৬৬৫ জন লোকৰ মৃত্যু ঘটিছে।চীনৰ বাহিৰত ৪ গৰাকী লোকৰ মৃত্যু ঘটিছে।চীন ত ৬৮,০০০ লোক ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত আক্রান্ত হৈছে।ইফালে,চীন চৰকাৰে ঘোষণা কৰিছে যে ক্ৰমাগত তৃতীয় দিনত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ নতুন ঘটনাৰ সংখ্যা হ্ৰাস পাইছে।
 

Your Comments