চীনত ক'ৰ'না ভাইৰাছৰ সংহাৰ অব্যাহত:এতিয়ালৈ ১৫০০তকৈ অধিক লোকৰ মৃত্যু

Pic

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই চীন চৰকাৰ।দেশখনত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ভাইৰাছবিধৰ সংক্ৰমণে।চীন ত এতিয়ালৈকে ১৫০০ গৰাকীতকৈ অধিক লোকৰ এই সংক্ৰমণত মৃত্যু ঘটিছে।আনহাতে,বিশ্বৰ ২৮ খন দেশলৈ বিয়পি পৰিছে ভাইৰাছবিধৰ সংক্ৰমণ।ইফালে,জাপানতো এজন ব্যক্তিৰ সংক্ৰমণত মৃত্যু ঘটিছে।

Your Comments