বাজেটৰ নিৰাশাক অতিক্ৰম শ্বেয়াৰ বজাৰৰ:মঙলবাৰে ৪০,০০০ পইণ্ট অতিক্ৰম কৰি ছেনচেক্স ৫৬০ পইণ্ট উৰ্ধমুখী

Pic

দেশৰ সাধাৰণ বাজেটে আনি দিয়া নিৰাশাক অতিক্ৰম কৰিলে শ্বেয়াৰ বজাৰে।বাজেটৰ পিছত শনিবাৰে ১০০০ পইণ্ট নিম্নগামী হোৱা শ্বেয়াৰ বজাৰ মঙলবাৰে পুনৰ উৰ্ধমুখী হৈছে।মঙলবাৰে ছেনচেক্সে পুনৰ ৪০,০০০ পইণ্ট অতিক্ৰম কৰে। সোমবাৰে ১০.২২ বজালৈকে মুম্বাইৰ ছেনচেক্স ৫৬০ পইণ্ট উৰ্ধমুখী হৈ ৪০,৪৩৩ পইণ্ট স্পৰ্শ কৰে।আনহাতে,নিফটীৰো মঙলবাৰৰ ব্যৱসায় ৬২ পইণ্ট উৰ্ধমুখী হৈ আৰম্ভ হয়।নিফটী ১১.৭৮৬.২৫ পইণ্টত আৰম্ভ হয়।

Your Comments