গুৱাহাটীত সচিবালয়ৰ সন্মুখত 'কেব' বিৰোধী ব্যাপক ছাত্ৰ বিক্ষোভ

গুৱাহাটীত 'কেব' বিৰোধী ব্যাপক ছাত্ৰ বিক্ষোভ।সচিবালয়ৰ সন্মুখত সমবেত হৈছে হাজাৰ-হাজাৰ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী।প্ৰতিবাদী বিদ্যাৰ্থীৰ ওপৰত লাঠীচালনা কৰিছে আৰক্ষীয়ে।

Your Comments