অধিক বাউণ্ডেৰী কোবোৱাৰ আধাৰত ইংলেণ্ডক বিশ্ব চেম্পিয়ন ঘোষণা কৰাত অসন্তুষ্ট শচীন

sachin

নিউজ ডেস্ক:
অধিক বাউণ্ডেৰী কোবোৱাৰ আধাৰত ইংলেণ্ডক বিশ্ব চেম্পিয়ন ঘোষণা কৰাক লৈ অসন্তুষ্ট মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ।শচীন মন্তব্য কৰে যে ছুপাৰ অভাৰ টাই হোৱাৰ পিছত অধিক বাউণ্ডেৰী কোবোৱাৰ আধাৰত ইংলেণ্ডক বিজয়ী ঘোষণা কৰাৰ পৰিৱৰ্তে আন এটা ছুপাৰ অভাৰৰ ব্যৱস্থা কৰিব লাগিছিল।

Your Comments