জটিল বান পৰিস্থিতিৰ বাবে পিছুৱালে অসম বিধানসভাৰ অধিৱেশন

lsa

নিউজ ডেস্ক:
ৰাজ্যৰ সাম্প্ৰতিক জটিল বান পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হ'ল অসম বিধানসভাৰ অধিৱেশন।অহা ১৮ জুলাইৰ পৰা অনুষ্ঠিত হ'ব লগা বিধানসভাৰ অধিৱেশন এতিয়া ২৬ জুলাইৰ পৰা অনুষ্ঠিত হ'ব।

Your Comments