ভয়ংকৰ বানত প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশতকৈ অধিক এলেকা

kaziranga

নিউজ ডেস্ক:
ভয়ংকৰ বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে উদ্যানখনৰ ৯০ শতাংশতকৈ অধিক এলেকা।উদ্যানখনৰ পৰা বন্যপ্ৰাণীসমূহ ওলাই আহি আশ্ৰয় লৈছে কাষৰীয়া উচ্চ স্থানত।বহু হৰিণে আশ্ৰয় লৈছে কাষৰীয়া গ্ৰামাঞ্চলত।কাজিৰঙাৰ বানত ২৩ টা বন্যপ্ৰাণীৰ মৃত্যু ঘটিছে।

Your Comments