নলবাৰী জিলাৰ টিহুত ভয়াৱহ বান পৰিস্থিতি

nlb

নিউজ ডেস্ক:
নলবাৰী জিলাৰ টিহুত বান পৰিস্থিতিৰ যথেষ্ট অৱনতি ঘটিছে।মৰাপাগলাদিয়া,বুঢ়াদিয়া, কানাইখুন্দা নৈৰ বাঢ়নী পানীয়ে সমগ্র অঞ্চলটো প্লাৱিত কৰিছে।ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈ জনসাধাৰণ হৈ পৰিছে দিশহাৰা।

Your Comments