ৰোহিত শৰ্মা হ'ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়ক !

captain

নিউজ ডেস্ক :

বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হোৱা ভাৰতীয় ক্ৰিকেট দলৰ অতি শীঘ্ৰে সলনি হ'ব কেপ্তেইন। এই কথা ইতিমধ্যে প্ৰকাশ পাইছে দেশৰ কেইবাটাও ৰাষ্ট্ৰীয় আগশাৰীৰ সংবাদ মাধ্যমত।প্ৰকাশিত খবৰ অনুসৰি এদিনীয়া আৰু টি২০দায়িত্ব দিব শেহতীয়াকৈ ফর্মত থকা ৰোহিত শৰ্মাক।বিপৰীতে বৰ্তমানৰ ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলি কেৱল টেষ্ট মেছত অধিনায়কৰ দায়িত্বতহে থাকিব।
উল্লেখ্য যে আইপিএলৰ সফলতাৰ ওপৰত লক্ষ্য ৰাখি বি চি চি আইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

Your Comments