গুৱাহাটীবাসীলৈ অশনি সংকেত: পাণ্ডুত প্ৰৱেশ কৰিলে লুইতৰ বাঢ়নী পানী

pandu

নিউজ ডেস্ক:

গুৱাহাটীত প্ৰৱেশ কৰিছে লুইতৰ বাঢ়নী পানী। সোমবাৰে পুৱাৰ পৰা পাণ্ডুত অধিকভাৱে প্ৰৱেশ কৰিছে  ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী। অঞ্চলটোৰ বহু লোকৰ ঘৰত সোমাইছে ব্ৰহ্মপুত্ৰৰ পানী।  গুৱাহাটীৰ ফাঁচী বজাৰ,  মাছখোৱা এলেকাইদিও লুইতৰ  পানী সোমোৱাৰ আশংকাৰ সৃষ্টি হৈছে।

Your Comments