কাজিৰঙাত ডুবিল ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ:উজনি-নামনিৰ মাজত পথ-যাতায়ত সম্পূৰ্ণ বন্ধ

kaziranga

নিউজ ডেস্ক:
বানৰ কবলত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথটোৰ ছয়টাকৈ গুৰুত্বপূৰ্ণ স্থান এতিয়া বানৰ কবলত।ফলত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে  উজনি-নামনিৰ মাজত যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰেৰে পানী বাগৰাৰ ফলত দুৰ্ঘটনাৰ আশংকা কৰি গোলাঘাট জিলা প্ৰশাসনে ইতিমধ্যে বন্ধ কৰি দিছে পথটোৰে লঘু আৰু গধুৰ বাহনৰ চলাচল।

Your Comments