জটিল বান পৰিস্থিতিৰ বাবে স্থগিত কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তি

cotton

নিউজ ডেস্ক:
কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তি স্থগিত কৰা হৈছে।ৰাজ্যৰ সাম্প্ৰতিক জটিল বান পৰিস্থিতিৰ বাবে স্থগিত কৰা হৈছে নামভৰ্তি।মঙলবাৰে বিশ্ববিদ্যালয়খনৰ নামভৰ্তিৰ দিন আছিল।এই বিষয়ে জনাইছে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কজনে।

Your Comments