সৰ্বাধিক বাউণ্ডেৰী কোবোৱা দল হিচাপে ইংলেণ্ডক বিশ্বকাপ বিজয়ী ঘোষণাত অসন্তুষ্টি প্ৰাক্তন ক্ৰিকেটাৰৰ

world cup

নিউজ ডেস্ক:
বিশ্বকাপৰ ফাইনেল টাই হোৱাৰ পিছত সৰ্বাধিক বাউণ্ডেৰী কোবোৱা দল হোৱা বাবে ইংলেণ্ডক বিজয়ী ঘোষণা কৰাটোক তীব্ৰ সমালোচনা কৰিছে একাংশ প্ৰাক্তন ক্ৰিকেটাৰে।
আইচিচিৰ এই নিয়মক এটা 'কৌতুক' আখ্যা দিছে নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ স্কট ষ্টাইৰিছে।প্ৰাক্তন ক্ৰিকেটাৰ বিষেন সিং বেদী, গৌতম গম্ভীৰ আৰু টম মুডীয়েও সৰ্বাধিক বাউণ্ডেৰী কোবোৱাৰ নিয়মৰ আধাৰত ইংলেণ্ডক বিজয়ী ঘোষণা কৰাটোতে অসন্তুষ্টি প্ৰকাশ কৰিছে।

Your Comments