কাৰিকৰী বিজুঁতিৰ বাবে অন্তিম সময়ত স্থগিত 'চন্দ্ৰযান-২'ৰ উৎক্ষেপণ

chandrajan

নিউজ ডেস্ক:
কাৰিকৰী বিজুঁতিৰ বাবে অন্তিম সময়ত 'ইছৰো'য়ে স্থগিত কৰিলে 'চন্দ্ৰযান-২'ৰ উৎক্ষেপণ।সোমবাৰে পুৱা উৎক্ষেপণৰ ৫৬ মিনিট ২৪ চেকেণ্ড পূৰ্বে 'চন্দ্ৰযান-২'ৰ উৎক্ষেপণ স্থগিত ৰখা হয়।ক্ৰায়'জেনিক ইন্ধন ভৰ্তি 
কৰি থকাৰ সময়ত কাৰিকৰী বিজুঁতি ধৰা পৰাৰ কাউন্টডাউন বন্ধ কৰি দিয়া হয়।

এতিয়া ১০ দিনৰ পিছতহে চন্দ্ৰৰ দক্ষিণ মেৰুমুখী 'চন্দ্ৰযান-২'ৰ উৎক্ষেপণ সম্ভৱ হ'ব পাৰে।

Your Comments