অসমৰ ৰাইজ বানত ককবকাই থকাৰ সময়ত কেন্দ্ৰৰ বিজেপি চৰকাৰে পালন কৰিছে নিৰ্লিপ্ত ভূমিকা:প্ৰদেশ কংগ্ৰেছ

cong

নিউজ ডেস্ক:
অসমৰ জনসাধাৰণ বিধ্বংসী বানত ব্যাপকভাৱে ক্ষতিগ্রস্ত হোৱাৰ সময়ত কেন্দ্ৰৰ বিজেপি চৰকাৰে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছে বুলি অভিযোগ কৰিছে প্ৰদেশ কংগ্ৰেছে।ৰাজ্যিক প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন বিভাগৰ শিতানত ৰাজ্যলৈ কেন্দ্ৰ চৰকাৰে পুঁজিৰ যোগান ধৰা নাই বুলি অভিযোগ কৰিছে কংগ্ৰেছে।ইয়াৰ বাবেই অসম চৰকাৰে বানাক্ৰান্তসকলৰ বাবে সাহায্য শিবিৰ মুকলি কৰিব পৰা নাই মন্তব্য কৰিছে কংগ্ৰেছে।

Your Comments