প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে মমতা বেনাৰ্জী

mb

প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্র মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।বেনাৰ্জীয়ে সাংবিধানিক নিমন্ত্ৰণপত্ৰ গ্ৰহণ কৰে যদিও শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰে বুলি পত্ৰ লিখি জনাই দিছে।

 

পশ্চিম বংগত ৰাজনৈতিক হিংসাত মৃত্যু হোৱা ৫৪ গৰাকী বিজেপি সদস্যৰ পৰিয়ালক শপত গ্ৰহণ অনুষ্ঠানলৈ নিয়ন্ত্ৰণ কৰাক লৈ অসন্তুষ্ট মমতা বেনাৰ্জী।বেনাৰ্জীয়ে উল্লেখ কৰিছে যে অনুষ্ঠানত উপস্থিত নথকাৰ সিদ্ধান্ত ল'বলৈ তেওঁক বাধ্য কৰোৱা হৈছে।

Your Comments