বিশিষ্ট শিল্পী বেণু মিশ্ৰৰ পৰলোকপ্ৰাপ্তি

benu mishra

বিশিষ্ট শিল্পী বেণু মিশ্ৰৰ বুধবাৰে পুৱতি নিশা পৰলোকপ্ৰাপ্তি ঘটে।গুৱাহাটীৰ কাহিলীপাৰাৰ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে শিল্পী মিশ্ৰৰ।১৯৩৯ চনত বৰপেটাত জন্ম গ্ৰহণ কৰা শিল্পীগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ আছিল।

 

প্ৰয়াত মিশ্ৰই শিল্পকলাৰ শিক্ষা গ্ৰহণ কৰিছিল শান্তি নিকেতনত।ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহত শেষকৃত্য সম্পন্ন কৰা হ'ব শিল্পীগৰাকীৰ।

Your Comments