২৩ মে'ত 'মোডী দিৱস' পালন কৰাটো দৰকাৰ:যোগগুৰু বাবা ৰামদেৱ

ramdev

২৩ মে'ত বিজেপিয়ে যি ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে,সেই বাবে এই দিনটোক 'মোডী দিৱস' হিচাপে পালন কৰাটো দৰকাৰ।এই মন্তব্য যোগগুৰু বাবা ৰামদেৱৰ।সাংবাদিকৰে বাৰ্তালাপত এই বুলি প্ৰকাশ কৰাৰ লগতে ৰামদেৱে বিৰোধী দলসমূহকো সমালোচনা কৰে।

 

মোডী চৰকাৰৰ মন্ত্ৰী পৰিষদৰ সদস্যসকলক লৈও মন্তব্য কৰে যোগগুৰুগৰাকীয়ে।বিত্তমন্ত্ৰী হিচাপে অৰুণ জেটলীক সমৰ্থন কৰে তেওঁ।

Your Comments