ভূমি ক্ৰয় কেলেংকাৰিত অভিযুক্ত ৰবাৰ্ট ভদ্ৰালৈ পুনৰ 'ইডি'ৰ জাননী জাৰি

robart

নিউজ ডেস্ক:
হাৰিয়ানা আৰু ৰাজস্থানত ভূমি ক্ৰয় কেলেংকাৰিত অভিযুক্ত ৰবাৰ্ট ভদ্ৰালৈ  'ইডি'য়ে পুনৰ জাননী জাৰি কৰিছে।বৃহস্পতিবাৰে সোধপোচ কৰিবলৈ ভদ্ৰাক মাতিছে ইডিয়ে।


উল্লেখ্য যে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভদ্ৰাৰ বিৰুদ্ধে লণ্ডনত অবৈধভাৱে সম্পত্তি ক্ৰয়ৰো অভিযোগ আছে।

Your Comments