বৰ্তমানলৈ সংকটমুক্ত কমল নাথ নেতৃত্বাধীন মধ্য প্ৰদেশ কংগ্ৰেছ চৰকাৰ

kamal

নিউজ ডেস্ক:

মধ্য প্ৰদেশত বিজেপিয়ে ২৯ খন আসনৰ ২৮ খনতে বিজয় সাব্যস্ত  কৰাৰ পিছত ৰাজ্যখনৰ কমল নাথ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ পতন হ'ব পাৰে বুলি চৰ্চা চলিছিল।কিন্তু দেওবাৰে কংগ্ৰেছৰ বিধায়ক দলৰ বৈঠকত দলটোৰ ১০৯ গৰাকী বিধায়ক উপস্থিত থকাত স্বস্তিৰ নিশ্বাস এৰে মুখ্যমন্ত্ৰী কমল নাথে।কিছু দিনলৈ হ'

Your Comments