আজি ডোহাত ৪০০ মিটাৰত দৌৰিব হিমা দাসে

HIMA

নিউজ ডেস্ক:

আজি কাটাৰৰ ডোহাত ২০১৯ বৰ্ষৰ আন্ত:ৰাষ্ট্ৰীয় অভিযান আৰম্ভণি কৰিব  'ধিং এক্সপ্ৰেছ' হিমা দাসে।ডোহাৰ খলিফা ষ্টেডিয়ামত আজি মহিলাৰ ৪০০ মিটাৰ দৌৰৰ হিটছত অংশ গ্ৰহণ কৰিব হিমাই।


এই হিটছত হিমাই এছিয়ান চেম্পিয়ন ছালৱা নাছেৰ,ভাৰতীয় সতীৰ্থ এম পুভাম্মাৰ লগতে চীন, জাপান,কাটাৰ,শ্ৰীলংকা আদি দেশৰ অন্য ১৭ গৰাকী খেলুৱৈৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব।হিটছ আৰম্ভ হ'ব দিনৰ ১১.৩০ বজাৰ পৰা ১২ বজাৰ ভিতৰত।

Your Comments