তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন

VOTE

নিউজ ডেস্ক:

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন।আজি গধূলি অন্ত পৰিব ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানৰ।


অসমৰ চাৰিটা সমষ্টিকে ধৰি দেশজুৰি ১১৬ টা সমষ্টিত ২৩ মে'ত হ'ব নিৰ্বাচন।১৩ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয় শাসিত অঞ্চলব্যাপি আছে এই সমষ্টিসমূহ।

Your Comments