২৩ মে'ত ভংগ হ'ব এছপি- বিএছপিৰ বন্ধুত্ব:প্ৰধানমন্ত্ৰী মোডী

MODI

নিউজ ডেস্ক:

অহা ২৩ মে'ৰ লোকসভা নিৰ্বাচনৰ পৰিনাম ঘোষণাৰ দিনটো হৈছে সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টীৰ বন্ধুত্ব ভংগ হোৱাৰ তাৰিখ।সেই দিনাৰ পৰাই অখিলেশ সিং যাদৱ আৰু মায়াৱতীয়ে তেওঁলোকৰ শত্ৰুতাৰ পাৰ্ট-২ আৰম্ভ কৰি দিব।


এছপি আৰু বিএছপিৰ বন্ধুত্বক ভুৱা বন্ধুত্ব আখ্যা দি উত্তৰ প্ৰদেশৰ এটাত নিৰ্বাচনী প্ৰচাৰ সভাত এই বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

Your Comments