লোকসভাৰ নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ সম্পাদক বিভূতি ভূষণ বৰঠাকুৰে বুধবাৰে পদত্যাগ কৰিছে। বৰঠাকুৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰালৈ পদত্যাগপত্ৰ প্ৰেৰণ কৰিছে।উল্লেখ্য যে কংগ্ৰেছে এআইইউডিএফৰে গোপন বুজাবুজি কৰাৰ অভিযোগত পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে সম্পাদকগৰাকীয়ে। পদত্যাগী বৰঠাকুৰ কংগ্ৰেছ দলৰ মিডিয়া কোষৰ দায়িত্বতো আছিল।
- Log in to post comments
- 3 views