সাংবাদিক চক্ৰপাণি পৰাশৰৰ আক্ৰমণৰ লগত জড়িত ৪টা দুৰ্বৃত্তক্ৰমে 'এলবাৰ ইটছ' ৰেষ্টুৰাঁৰ গৰাকী ছৈয়দ আলি আহমেদ, কৰ্মচাৰী নীতিন শৰ্মা, নিৰজ আহমেদ, ভৱেশ দাসক আজি কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয়। আদালতে দুৰ্বৃত্তকেইটাৰ জামিন আবেদন নাকচ কৰি ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। পুনৰ ৪ এপ্ৰিলত দুৰ্বৃত্তকেইটাক আদলতত হাজিৰ কৰোৱা হ'ব।
- Log in to post comments
- 87 views