সক্ৰিয় ৰাজনীতিলৈ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ গৌতম গম্ভীৰ।দিল্লীৰ বাওঁহতীয়া প্ৰাক্তন ক্ৰিকেট খেলুৱৈগৰাকীয়ে আজি আনুষ্ঠানিকভাৱে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত।দিল্লীত দুই জ্যেষ্ঠ নেতা কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলি আৰু ৰবি শংকৰ প্ৰসাদৰ উপস্থিতিত অনুষ্ঠানিকভাৱে গম্ভীৰে যোগ দিয়ে দলটোত।
উল্লেখ্য যে এইবাৰ লোকসভাৰ নিৰ্বাচনত দিল্লীৰ কোনো সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হ'ব পাৰে গৌতম গম্ভীৰ।
- Log in to post comments
- 11 views