মহানগৰীত আটক ড্ৰাগছ ব্যৱসায়ী

মহানগৰীত আটক ড্ৰাগছ ব্যৱসায়ী

মহানগৰীত ড্ৰাগছ মাফিয়াৰ দপ্‌দপনি অব্যাহত ।

গুৱাহাটীৰ হাতীগাঁৱত ড্ৰাগছসহ আটক হাইদৰ আলী নামৰ এটা ড্ৰাগছ ব্যৱসায়ী ।

বৃহস্পতিবাৰে মহানগৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি হাতীগাঁৱৰ পৰা আটক কৰে হাইদৰ নামৰ ড্ৰাগছ ব্যৱসায়ীটোক ।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যেন্দ্ৰ সিং হাজাৰীৰ নেতৃত্বত গৈছিল আৰক্ষীৰ দলটো ।

Your Comments